Dehing Patkai
Similar songs
Notunor Xantona
Koushik Sarma03:28
Tumar Namotei
Pratikssha Deka04:39
Nokhe mati Lekhi
Dr.Sangita Kakati05:02
Shyam Banamali
Prasanta Rajkhowa06:52
Nokhe Mati Lekhi
Dr. Sangita Kakati05:04
Borokha
Ritom Borah04:12
06:05
Xarothi
Bhargav Dutta03:56
Similar Songs
Notunor Xantona
Koushik Sarma
Tumar Namotei
Pratikssha Deka
Nokhe mati Lekhi
Dr.Sangita Kakati
Shyam Banamali
Prasanta Rajkhowa
Nokhe Mati Lekhi
Dr. Sangita Kakati
Borokha
Ritom Borah
Horot
Homen Borguhain,Bitupan Bora
Xarothi
Bhargav Dutta
About song
Genre :Contempory
295 Plays
Copyright © Ridip Abhilash CraftLet
Lyrics
পদুমৰ পাততে চকুপানী বিৰহী
কাজলৰ বাসনা জঘন্য
কত অনাগত বাৰিষাৰ দুলাৰী
নিমাতী আজি বৰ্ষাৰণ্য
অনন্য হিমালয়ৰ বৰেণ্য জুৰণি
দিহিং আৰু পাটকাই
বিভিন্ন লৃগাঙৰ ৰিবিগাছে সুহুৰি
ফ''ছিলৰ বুকুত সোমায়।
মুকলিৰ থাপনা সততে উজাৰি
পৃথিৱীৰ পুৰনা ঘাঁ বোৰ কুৰুকি
হেৰায় পাটকাই পানী পৰুৱা।
পদুমৰ পাততে চকুপানী বিৰহী
কাজলৰ বাসনা জঘন্য
ৰ''দৰ হেঙুলী সোণৰ চানেকি
দুদিনৰ আছিল নিবোকা আলহী
দিহিঙৰ সাধু কোৱা বুঢ়া মাছৰোকা।
পদুমৰ পাততে চকুপানী বিৰহী
কাজলৰ বাসনা জঘন্য